মৰণা মাৰ্মৰণান্তিক

মৰণা মৰা (Assamese) [ Roman: mo.ro.na mo.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. (Verbal Noun) the act or process of separating the grain or seeds from (a cereal plant or the like) by some mechanical means, as by beating with a flail or by the action of a threshing machine. গৰুৰে গচকাই, কিহবাৰে কোবাই অথবা মৰণা মৰা যন্ত্ৰৰ সহায়ত উদ্ভিদৰ পৰা শস্য আঁতৰ কৰা বা এৰুওৱা প্ৰক্ৰিয়া।
English: threshing,
Assamese: মৰণা মৰা